Local, Vocal, Global

WATCH | Sivsagar News : শেহতীয়াকৈ দাখিল কৰা বাজেটক লৈ সন্তুষ্ট নহয় অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ

শিৱসাগৰ,১৩মাৰ্চ : শেহতীয়াকৈ দাখিল কৰা বাজেটক লৈ সন্তুষ্ট নহয় অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ । অনুসূচিত জাতিৰ কোনো ধৰণৰ উন্নয়নমূলক আঁচনি নাই এই বাজেটত(Sivsagar News) ।

উল্লেখযোগ্য যে যোৱা ৫ ফেব্ৰুৱাৰীত অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ আৰু মুখ্যমন্ত্ৰী মাজত হোৱা আলোচনাত অনুসূচিত জাতিৰ সকলো সমস্যা সমাধান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল মুখ্যমন্ত্ৰী গৰাকীয়ে । কিন্তু শেহতীয়াকৈ হৈ যোৱা বাজেটত অনুসূচিত জাতি কোনো ধৰনৰ উন্নয়নমূলক আচঁনিয়ে স্থান নাপালে বুলি মন্তব্য কৰে অনুসুচীত জাতি যুব ছাত্ৰ পৰিষদ অসম কেদ্ৰীৰ সভাপতি ৰুবুল দাস ।

অনাগত দিনত ধাৰাবাহিক আন্দোলন কৰাৰ হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে ।

লগতে পঢ়ক : WATCH | Jorhat News : অসম আৰক্ষীক পুনৰ বদনাম কৰিলে যোৰহাট আৰক্ষীয়ে