WATCH | Sivsagar News : বন মাফিয়াৰ লগত মিতিৰালি কৰিছে নেকি শিৱসাগৰ বন বিভাগে ?
শিৱসাগৰ,১১মাৰ্চ : বন মাফিয়াৰ লগত মিতিৰালি কৰিছে নেকি শিৱসাগৰ বন বিভাগে ?
শিৱসাগৰ জিলা বন বিভাগৰ অধীনস্থ গেলেকী আৰু আঠখেল খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত মিছাজান , দেওপানী আদি ঠাইত অবৈধ কাঠ ফলা মিলৰ বিৰুদ্ধে সৰৱ শিৱসাগৰ বীৰ লাচিত সেনাৰ মূখ্য সচিব অনুপম সন্দিকৈৰ প্ৰতিক্ৰিয়া(Sivsagar News)।
লগতে পঢ়ক :WATCH | Assam Budget 2025: নলবাৰীত বিজেপি নেতাৰ মন্তব্যক লৈ গৰম সদন