WATCH | Sivsagar News : ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঞ্জা খেলুৱৈ জিমি দাসৰ আত্মহত্যা
শিৱসাগৰ,২৭মে’ : শিৱসাগৰ দিচাংমুখ ৰংচাইৰ নিবাসী ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঞ্জা খেলুৱৈ জিমি দাসৰ আত্মহত্যা ।
বিষাক্ত দ্ৰব্য খাই আত্মহত্যা পাঞ্জা খেলুৱৈ গৰাকীৰ।
নিশা বিষাক্ত দ্ৰব্য খোৱাৰ পিছত AMCH লৈ নিয়া হৈছিল যদিও চিকিৎসালয় পোৱাৰ পূৰ্বে মৃত্যু হয় পাঞ্জা খেলুৱৈ গৰাকীৰ।
প্ৰেমজনিত কাৰণতে আত্মহত্যাৰ অভিযোগ পিতৃ মাতৃৰ(Sivsagar News)।
উল্লেখ্য যে,বিগত বৰ্ষত বহিঃৰাগত লোকে জিমি দাসক মাৰপিট কৰাকলৈ চৰ্চালৈ আহিছিল জিমি দাস।
লগতে পঢ়ক :WATCH | Bhupen Borah : ‘গৌৰৱ গগৈ এতিয়া এজন অভিজ্ঞ ৰাজনৈতিক নেতা ,তেওঁ এই দায়িত্ব পালনত সফল হ’ব’