Local, Vocal, Global

WATCH | Sivsagar News : পাকিস্তান মুৰ্দাবাদ ধ্বনিৰে কঁপি উঠিল উজনি অসম

শিৱসাগৰ,২৮এপ্ৰিল : কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদীয়ে বৰ্বৰ আক্ৰমণ আৰু সন্ত্ৰাসবাদী বিৰোধীতাৰে আজি শিৱসাগৰত উজনি অসম থলুৱা মুছলিম পৰিষদে প্ৰতিবাদ সাব্যস্ত কৰে ।

ঐতিহাসিক ৰংঘৰ বাকৰিৰ পৰা আৰম্ভ হোৱা সমদল নগৰৰ মাজমজিয়া হৈ দৌলমুখ চাৰিআলিত শেষ হয়(Sivsagar News)।

লগতে পঢ়ক : WATCH | Goreswar News : বিধায়ক আমিনুল ইছলামে ভাৰত বিৰোধী মন্তব্য কৰি গ্ৰেপ্তাৰ হোৱা সন্দৰ্ভত বিধায়ক দিগন্ত কলিতাৰ প্ৰতিক্ৰিয়া