WATCH | Sivsagar News : শিৱসাগৰৰ ঐতিসাহিক বিষ্ণু দৌলৰ ওপৰত বগালে এগৰাকী যুৱতীয়ে
শিৱসাগৰ,৮এপ্ৰিল : শিৱসাগৰৰ ঐতিসাহিক বিষ্ণু দৌলৰ ওপৰত বগালে এগৰাকী যুৱতীয়ে ।
বিষ্ণু দৌলৰ চাফ চিকুনৰ বাবে দেৱালত লগাই থোৱা বাহেৰে বগালে যুৱতীগৰাকীয়ে( Sivsagar News)।
অচিনাক্ত যুৱতী গৰাকী কি কাৰণত বিষ্ণু দৌলৰ ওপৰত উঠিল জানিব পৰা হোৱা নাই।
আৰক্ষীয়ে যুৱতীগৰাকীক দৌলৰ পৰা নমাই আনিবলৈ সক্ষম হয় যদিও দীৰ্ঘ সময়জুৰি ঘটনাক লৈ অব্যাহত থাকে চাঞ্চল্য।
লগতে পঢ়ক : WATCH | Himanta Biswa Sarma : মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ ISROৰ অধ্যক্ষ ভি নাৰায়ণনৰ