Local, Vocal, Global

Sivsagar Biswajit baruah dead body Rescued : শিৱসাগৰৰ পহুগঁড়ত প্ৰকৃতিপ্ৰেমীৰ মৃতদেহ উদ্ধাৰ

নিউজ ডেস্ক,২৯আগষ্ট : শিৱসাগৰৰ পহুগঁড়ত প্ৰকৃতিপ্ৰেমীৰ মৃতদেহ উদ্ধাৰ ৷ সৰ্পবন্ধু খ্যাত বিশ্বজিৎ বৰুৱা(৪৭)ৰ মৃতদেহ উদ্ধাৰ ।ডিঙিত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হৈছে বিশ্বজিৎ বৰুৱাৰ মৃতদেহ । বিশ্বজিৎ বৰুৱাৰ ঘৰ জয়সাগৰৰ জয়ানগৰ অঞ্চলত(Sivsagar Biswajit baruah dead body Rescued) ৷

উল্লেখ্য যে,বৰুৱাক এখন টেবুলত আঠুকাঢ়ি থকালৈ লক্ষ্য কৰি ৰাইজে এই ঘটনাক আত্মহত্যাৰ পৰিৱৰ্তে পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ কৰিছে ৷ জানিব পৰা মতে, বুধবাৰে নিশা ৮ বজাত তেওঁ ঘৰৰ পৰা উলাই গৈছিল বিশ্বজিৎ ৷ নিশা ১২ বজাত এজন যুৱকে পৰিয়ালৰ লোকলৈ ফোন কৰি বিশ্বজিতে আত্মহত্যা কৰা বুলি জানিবলৈ দিছিল(Sivsagar Biswajit baruah dead body Rescued) ৷

লগতে পঢ়ক : Non-Assamese Businessman Allegedly Assaults Minor : অৱশেষত ৰঙা ঘৰৰ আলহী হ’ল ঢকুৱাখনাৰ চাহু ভাতৃ