Local, Vocal, Global

WATCH | Sivasagar News : তাই আহোম ছাত্ৰ সন্থাৰ গণ সমাবেশ কাৰ্য্যসূচী

শিৱসাগৰ,২৫মাৰ্চ : তাই আহোম ছাত্ৰ সন্থাৰ গণ সমাবেশ কাৰ্য্যসূচী ।

তাই আহোম জনগোষ্ঠীক জনজাতিকৰণ আৰু স্বায়ত্তশাসন প্ৰদানৰ দাবীত সদৌ তাই আহোম ছাত্ৰ সন্থাৰ গণ সমাবেশ কাৰ্য্যসূচী ।

ঐতিহাসিক বৰ্ডিং খেলপথাৰত ৰূপায়ণ কৰা হৈছে এই কাৰ্য্যসূচী(Sivasagar News)।

৫ হাজাৰ ৰাইজৰ সমাবেশ।

লগতে পঢ়ক : WATCH | Sonari News : সোণাৰিত পৌৰসভাৰ নলা নিৰ্মাণত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ