Sivasagar News:এতিয়াৰ পৰা বিদ্যালয়ত অনুমতি লৈহে ব্যৱহাৰ কৰিব পাৰিব মোবাইল ফোন

নিউজ ডেস্ক,১০ফেব্ৰুৱাৰী : মবাইল ফোন ব্যৱহাৰৰ ক্ষেত্ৰত নিষেধাজ্ঞা ।
এতিয়াৰ পৰা বিদ্যালয়ত অনুমতি লৈহে ব্যৱহাৰ কৰিব পাৰিব মোবাইল ফোন।
শিক্ষক-শিক্ষয়িত্ৰীৰ বিৰুদ্ধে কঠোৰ বিদ্যালয় পৰিদৰ্শক(Sivasagar News)।
শ্ৰেণীকোঠালৈ শিক্ষক-শিক্ষয়িত্ৰীয়ে নিব নোৱাৰিব ম’বাইল ফোন।
পাঠদান চলা থকা সময়ত ম’বাইল ফোন নিব নোৱাৰিব কোনো শিক্ষক-শিক্ষয়িত্ৰীয়ে।
শ্ৰেণীকোঠালৈ ম’বাইল নিবলৈ হ’লে স্পষ্টকৈ কাৰণ জনাব লাগিব প্ৰধান শিক্ষকে।
শিৱসাগৰৰ বিদ্যালয়সমূহলৈ পৰিদৰ্শকৰ জাননী।
শিৱসাগৰ জিলাৰ বিদ্যালয়সমূহলৈ এই কঠোৰ নিৰ্দেশনা বিদ্যালয় পৰিদৰ্শক দেৱজ্যোতি গগৈৰ।