Sivasagar News :পুৱাৰে পৰা ঐতিহাসিক শিৱদলত ভক্তৰ ভিৰ
শিৱসাগৰ,১জানুৱাৰী : আজি পহিলা জানুৱাৰী।বছৰৰ প্ৰথমটো দিনত মন্দিৰ,নামঘৰৰ লগতে বনভোজস্থলীসমূহত বনভোজকাৰী দলৰ ভিৰ।
পুৱাৰে পৰা মহাদেৱৰ চৰণত সেৱা জনাব বাবে ঐতিহাসিক শিৱদলত ভক্তৰ ভিৰ(Sivasagar News)।
লগতে পঢ়ক :Abhayapuri News :অভয়াপুৰীৰ ঐতিহ্যমণ্ডিত গনেশ মন্দিৰত পুৱাৰে পৰা অগণন ভক্তৰ লানি নিচিগা ভিৰ