Local, Vocal, Global

Sivasagar MLA Akhil Gogoi:শিল্পী ৰাজীৱ শদিয়াৰ পৰিয়াললৈ আর্থিক সাহায্য বিধায়ক অখিল গগৈৰ

নিউজ ডেস্ক,১৬জানুৱাৰী : শিল্পী ৰাজীৱ শদিয়াৰ পৰিয়াললৈ আর্থিক সাহায্য শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ।

শিৱসাগৰৰ বিধায়ক অখিল গগৈ ৰাজীৱ শদিয়াৰ ঘৰত উপস্থিত হৈ পৰিয়ালৰ খবৰ লোৱাৰ লগতে আৰ্থিক সাহায্য আগবঢ়ায়। অর্কিড পাৰ্কৰ তৰফৰ পৰা ১ লাখ টকাৰ চেকৰ লগতে ব্যক্তিগতভাৱে বিধায়কগৰাকীয়ে তেওঁৰ দৰমহাৰ পৰা ১ লাখ টকা পৰিয়ালবৰ্গৰ হাতত অৰ্পণ কৰে।

লগতে পৰিয়ালৰ অনুমতি সাপেক্ষে ৰাজীৱ শদিয়াৰ সন্তানৰ পঢ়া-শুনাৰ দায়িত্ব লোৱাৰো ইচ্ছা প্ৰকাশ কৰে বিধায়ক অখিল গগৈয়ে(Sivasagar MLA Akhil Gogoi)।

লগতে পঢ়ক :Saif Ali Khan attacked:বলীউডৰ অভিনেতা ছেইফ আলী খানক আক্ৰমণ