sivasagar Man missing : শিৱসাগৰত ৬মাহ ধৰি নিৰুদ্দেশ বীৰেন চেতিয়া নামৰ এজন ব্যক্তি
নিউজ ডেস্ক, ৪মে’ : ৰাজ্যত পুনৰ নিৰুদ্দেশৰ ঘটনা । ৰাজ্যত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে নিৰুদ্দেশৰ ঘটনা । ধাৰাবাহিকভাৱে সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰি আহিছে নিৰুদ্দেশৰ ঘটনাই । এটাৰ পিছত আন এটা নিৰুদ্দেশৰ ঘটনাই জোকাৰি গৈছে ৰাজ্য(sivasagar Man missing)।
শিৱসাগৰৰ গড়গাঁৱত সন্ধানহীন এজন লোক। বিগত ৬মাহ ধৰি নিৰুদ্দেশ শিৱসাগৰৰ গড়গাঁৱৰ এগৰাকী ব্যক্তি। দীৰ্ঘদিনে কোনো সন্ধান নাই ৬২ বছৰীয়া বীৰেন চেতিয়াৰ । কোনো লোকে সম্ভেদ পালে 93654 89051 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান পৰিয়ালৰ। ঘটনা সন্দৰ্ভত শিমলুগুৰি থানাত এজাহাৰ দাকিল পৰিয়ালৰ লোকৰ।
লগতে পঢ়ক : Drugs seized in Karimganj : কৰিমগঞ্জত জব্দ ৬ লাখ টকাৰ নিচাজাতীয় সামগ্ৰী