Local, Vocal, Global

Watch | Sivasagar district tops in state in matric exams: মেট্ৰিকৰ পৰীক্ষাৰ ফলাফত ৰাজ্যৰ ভিতৰত শীৰ্ষত শিৱসাগৰ জিলা

শিৱসাগৰ : ঘোষণা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। যোৰহাটৰ আমিষী শইকীয়াই ৰাজ্যৰ ভিতৰত প্ৰথম স্থান লাভ কৰি কঢ়িয়াই আনিলে গৌৰৱ। তাৰ বিপৰীতে ৰাজ্যৰ ভিতৰত মেট্ৰিকৰ পৰীক্ষাৰ ফলাফত ৰাজ্যৰ ভিতৰত শীৰ্ষত শিৱসাগৰ জিলা। ৮৫.৫৫ শতাংশ শিৱসাগৰ জিলাত উত্তীৰ্ণ হাৰ।শিৱসাগৰ জিলাত ৮৩৭১ গৰাকী ছাত্ৰ-ছাত্ৰী

অৱতীৰ্ণ হৈছিল মেট্ৰিক পৰীক্ষাত।
প্ৰথম বিভাগত উত্তীর্ণ ২৯১৮ গৰাকী।
দ্বিতীয় বিভাগত উত্তীৰ্ণ ৩০৯৩।
তৃতীয় বিভাগত উত্তীৰ্ণ ৭৯০।
মুঠ উত্তীৰ্ণ ৭১৬১।