Local, Vocal, Global

WATCH | Sipajhar News:ছিপাঝাৰৰ নাপ্তাপাৰাত গাহৰিক বিষ দি হত্যা !

ছিপাঝাৰ,১৯ফেব্ৰুৱাৰী : ছিপাঝাৰৰ নাপ্তাপাৰাত সংঘটিত হৈছে আশ্চৰ্যজনক ঘটনা।

ছিপাঝাৰৰ নাপ্তাপাৰাত গাহৰিক বিষ দি হত্যা !

গাঁওখনৰ সুৰজিৎ ডেকা নামৰ যুৱকজনে পালন কৰা এটি মাইকী গাহৰি বিষ দি হত্যা কৰাৰ অভিযোগ(Sipajhar News)।

যাৰ ফলত গাহৰিটোৰ কেইবাটাও পোৱালীয়ে মাতৃদুগ্ধৰ বাবে হাহাকাৰ কৰিছে।

আনহাতে মাতৃহাৰা গাহৰি পোৱালী কেইটাক জীয়াই ৰখাৰ ক্ষেত্ৰত চিন্তিত হৈছে যুৱকজন।

ইফালে এই ঘটনাক লৈ স্থানীয় আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী যুৱকজনে।

লগতে পঢ়ক :WATCH | Sonari News : অনাদৃত অৱহেলিত আহোমৰ স্বৰ্গদেউ চুহুংমুং দিহিঙীয়া ৰজাভেটি