Local, Vocal, Global

WATCH | Sipajhar News : ছিপাঝাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ ছিপ্ৰাৰত্ন বঁটা ২০২৫ প্ৰদান

ছিপাঝাৰ,১৫এপ্ৰিল : ছিপাঝাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ ছিপ্ৰাৰত্ন বঁটা ২০২৫ প্ৰদান।

দৰঙৰ বিশিষ্ট শিক্ষাবিদ, নাট্যকাৰ, সাহিত্যিক ৰজনীকান্ত নাথলৈ ছিপ্ৰাৰত্ন বঁটা ২০২৫ প্ৰদান।

ছিপাঝাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ মুকলি বিহু অনুষ্ঠানৰ লগত সংগতি ৰাখি প্ৰত্যেক বছৰে প্ৰদান কৰে এই বঁটা(Sipajhar News)।

গৰু বিহুৰ দিনাখনে পালন কৰা মুকলি বিহু ২০২৫ত জেং বিহু প্ৰতিযোগিতা, সাংস্কৃতিক শোভাযাত্রা প্ৰতিযোগিতা আৰু নিশা মুকলি বিহু অনুষ্ঠিত হয়।

মুকলি বিহুত অসমৰ ভিন্ন প্ৰান্তৰ কেইবাটাও বিহু দলে অংশগ্রহণ কৰে।

লগতে পঢ়ক : WATCH | Rongali Bihu : বাক্সাৰ মুছলপুৰত মুকলি বিহু প্ৰদৰ্শন