Local, Vocal, Global

WATCH | Sipajhar News : ছিপাঝাৰত অগপৰ বৈঠক

ছিপাঝাৰ,৭এপ্ৰিল : ছিপাঝাৰত অগপৰ বৈঠক ।

পঞ্চায়ত নিৰ্বাচনকলৈ গুৰুত্বপূৰ্ণ বিষয় আলোচনা(Sipajhar News)।

মিত্ৰজোঁটৰ লগত সমিল মিলেৰে প্ৰতিদ্বন্দ্বিতা কৰিব পঞ্চায়ত নিৰ্বাচনত ।

ছিপাঝাৰক  ৮৫ ৰ প্ৰাণ দিবলৈ দেহেকেহে লাগি পৰিছে জয়নাথ।

লগতে পঢ়ক : WATCH | Sipajhar News : দৰঙৰ হুছেইন চুবুৰীত দিবা-নৈশ কাবাদী খেল প্ৰতিযোগিতা