WATCH | Sipajhar News : ছাত্ৰ প্ৰহাৰত মৃত্যু হোৱা প্ৰয়াত ছাত্ৰ ভৱেশ ডেকাৰ পিতৃ-মাতৃক মুখ্যমন্ত্রীৰ চেক প্ৰদান বিধায়কৰ
ছিপাঝাৰ,২২মাৰ্চ : ছিপাঝাৰৰ পদুমপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ সতীৰ্থ ছাত্ৰ প্ৰহাৰত মৃত্যু হোৱা প্ৰয়াত ছাত্ৰ ভৱেশ ডেকাৰ পিতৃ-মাতৃক মুখ্যমন্ত্রীৰ চেক প্ৰদান বিধায়কৰ।
বিধায়কৰ প্ৰতিশ্ৰুতি অনুসৰি প্ৰয়াত ছাত্ৰ জনৰ গৃহলৈ যোৱা পথটি নিৰ্মাণৰ শুভাৰম্ভ কৰিলে বিধায়ক ড০ পৰমানন্দ ৰাজবংশীয়ে।
২০২৪ চনৰ ২৩ছেপ্তেম্বৰৰ বিদ্যালয়ৰ শ্ৰেণীকোঠাৰ ভিতৰতে চাৰিগৰাকী ছাত্ৰৰ প্ৰহাৰত প্ৰাণ গৈছিল ছাত্ৰ ভৱেশ ডেকাৰ(Sipajhar News)।
সেই ঘটনা সোঁৱৰি আজিও পিতৃ-মাতৃ শোকত ভাগি পৰে।
লগতে পঢ়ক : WATCH | Sonapur News : কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ বিশেষ পদক্ষেপ