Local, Vocal, Global

WATCH | Sipajhar News: ছিপাঝাৰত বিশুদ্ধ খোৱাপানীৰ নামত বৰবিহ

ছিপাঝাৰ,২৩ফেব্ৰুৱাৰী : বিশুদ্ধ খোৱা পানীৰ নামত বৰ বিষ। ছিপাঝাৰত “আইকনিক” নামৰ কোম্পানীৰ খোৱা পানীৰ বটলত প্ৰদূষিত পানী।

ছিপাঝাৰৰ পূৰ্বজ্যোতি চৌকাৰ খুচুৰা ব্যৱসায়ী এজনক কোম্পানীটোৰ এজেন্টে যোগান ধৰিছিল পানীৰ বটল। কিন্তু প্ৰতিটো বটলৰ পানীতে দেখা গ’ল ক’লা ক’লা গেদ। আনহাতে চীল কৰা হোৱা নাই বটলৰ সাফৰ।

এনে ঘটনা পোহৰলৈ অহাত কোম্পানীটোৰ বিৰুদ্ধে খাদ্য সুৰক্ষা বিভাগলৈ ব্যৱস্থা গ্ৰহণৰ অনুৰোধ জনাইছে খুচুৰা ব্যৱসায়ী আৰু গ্ৰাহকে(Sipajhar News)।

লগতে পঢ়ক :WATCH | Tragic accident in Bilasipara: ট্ৰাকৰ খুন্দাত নিহত ছাত্ৰ