Local, Vocal, Global

 WATCH | Sipajar News : ছিপাঝাৰত ১২০ গৰাকী চ’লাৰ প্ৰশিক্ষাৰ্থীক দক্ষতাৰ প্ৰমান পত্ৰ প্ৰদান

 
ছিপাঝাৰ,২জুন : দৰঙৰ কামায়া ইঞ্জিনীয়াৰিং চাৰ্ভিচ প্ৰাইভেট লিমিটেডৰ উদ্যোগত অনুষ্ঠিত এমহীয়া পি এম সূৰ্যঘৰ বিনামূলীয়া বিদ্যুত আচঁনিৰ  ১২০ গৰাকী প্ৰশিক্ষাৰ্থীক আজি  দক্ষতাৰ প্ৰমান পত্ৰ হাতত  তুলি দিয়া হয়(Sipajar News)। 

কামায়া ইঞ্জিনীয়াৰিঙৰ পৰিচালক জয়ন্ত শইকীয়াই আতঁধৰা এখন সভাত এ আই এন নিউজ চেনেলৰ সম্পাদক নৱ কুমাৰ শইকীয়াই প্ৰতিগৰাকী প্ৰশিক্ষাৰ্থীক  প্ৰমান পত্ৰ প্ৰদান কৰ । সভাখনত  এট্ৰাক চফ্ট প্ৰাইভেট লিমিটেডৰ সঞ্চালক ৰাইজুল হক চৌধুৰী, প্ৰশিক্ষক গিৰিশ দাস,সমন্বয়ক ভিতালি বৰদলৈ,সাংবাদিক ইন্দাদুল হক উপস্থিত  থাকে ।

লগতে পঢ়ক :WATCH | Assam Floods : দেৰগাঁৱত প্ৰৱল বানৰ সংহাৰ