WATCH | Sipajar News : ছিপাঝাৰৰ মনপুৰগড় শ্ৰীশ্ৰী মহাকালী মন্দিৰৰ মহাকালী পূজা
ছিপাঝাৰ,২৪মে’ : ছিপাঝাৰৰ মনপুৰগড় শ্ৰীশ্ৰী মহাকালী মন্দিৰৰ মহাকালী পূজাৰ প্ৰস্তুতি তুংগত।
অহা ২৫,২৬,২৭ মে’,জেঠ মাহৰ ১০,১১, আৰু ১২ তাৰিখে অনুষ্ঠিত হ’ব দেৱী মহাকালীৰ পূজা ভাগ(Sipajar News)।
প্ৰাচীন শক্তিপীঠ তথা দেৱীৰ মহা পূজালৈ ভক্তিপ্ৰাণ ৰাইজৰ সহযোগিতা কামনা কৰিলে উদ্যোক্তাসকলে।
লগতে পঢ়ক : WATCH | Dergaon News : দেৰগাঁও ৰঙামাটিত উত্তপ্ত পৰিস্থিতি