WATCH | Sipajar News : ছিপাঝাৰৰ চেঙেলীয়াঝাৰ গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদৰ বিজেপি প্ৰাৰ্থী মোস্তাক হুছেইনৰ জয়
ছিপাঝাৰ,১২মে’ : ছিপাঝাৰৰ চেঙেলীয়াঝাৰ গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদৰ বিজেপি প্ৰাৰ্থী মোস্তাক হুছেইনৰ বৃহৎ জয়লাভ। বিধায়ক-সাংসদক ধন্যবাদ জনাই ৰাইজৰ লগত থাকি কৰিব উন্নয়নৰ কাম(Sipajar News)।