Local, Vocal, Global

Watch | Singer vreegu kashyap reaction for dinganta bharati : দিগন্ত ভাৰতীৰ ঘটনা সন্দৰ্ভত মুখ খুলিলে কণ্ঠশিল্পী ভৃগু কুমাৰ কাশ্যপে

হাজো: বুজাবুজি মৰ্মে সকলো সমস্যাৰ সমাধান বিচাৰিছে কণ্ঠশিল্পী গৰাকীয়ে। প্ৰত্যেকটো কথা যদি বিচাৰ প্ৰক্ৰিয়াৰ মাজেৰে লৈ যোৱা হয় তেতিয়া এই ঘটনাৰ ফলাফলটো বেছি ফলপ্ৰসূ হ’ব বুলি আশাবাদী শিল্পী গৰাকী। কোনো শিল্পীৰ লগত যাতে এনেকুৱা অবাঞ্চিত ঘটনা নহয় তাকেই কামনা কৰিছে কণ্ঠশিল্পী গৰাকীয়ে। চান্দমাৰি পূব গুৱাহাটী বিহুমঞ্চত অপমানিত হোৱা শিল্পী দিগন্ত ভাৰতীৰ ঘটনা সন্দৰ্ভত হাজোত এই মন্তব্য প্ৰকাশ কৰে কণ্ঠশিল্পী ভৃগু কুমাৰ কাশ্যপে।