WATCH | Siloni Thief in Guiwahati : কাৰ নেতৃত্বত গুৱাহাটীত চলে চিলনী চোৰৰ গেং
নিউজ ডেস্ক,১মাৰ্চ : থপিয়াই নিয়া ম’বাইল কত বিক্ৰী কৰে চোৰে ? কাৰ নেতৃত্বত গুৱাহাটীত চলে চিলনী চোৰৰ গেং ।
গুৱাহাটী মহানগৰীত নিতৌ মবাইল চুৰিৰ ঘটনা শুনি আহিছে বা বাতৰিত চাই আহিছে। কেতিয়াবা যুৱতী,কেতিয়াবা বৃদ্ধাৰ পৰা চিলনী চোৰে থপিয়াই লৈ যায় মবাইল ফোন। চিলনী চোৰৰ ভয়ত ৰাস্তাত মবাইল ওলাবলৈও ভয় হৈ পৰিছে মহানগৰীত। চুৰি কৰা মবাইল ফোন কত বিক্ৰী হয়(Siloni Thief in Guiwahati)।
কাৰ আৰ্শীবাদত গুৱাহাটীত চিলনী চোৰে থপিয়াই নিয়ে মানুহৰ ফোন? চিলনী চোৰে মবাইল সমূহ বিক্ৰী কৰে ক’ত ?
হাজাৰ হাজাৰ টকাৰ মবাইল ফোন সমূহ ৫০০ হাজাৰত কোনে কিনে ?পাণবজাৰ আৰক্ষী জালত পৰিছে ম’বাইল চুৰিৰ মাষ্টাৰ মাইণ্ড ।
লাখটকীয়াৰ সঞ্জু ইলেকট্ৰনিকচত বিক্ৰী হয় চুৰি মবাইল মবাইল সমূহ । পাণবজাৰ আৰক্ষী জালত ড্ৰাগছ সৰবৰাহকাৰী তথা ম’বাইল চুৰিৰ মাষ্টাৰ মাইণ্ড বিক্ৰম চাহানী । এইজনেই হৈছে ম’বাইল চুৰিৰ মাষ্টাৰ মাইণ্ড বিক্ৰম চাহানী। বিক্ৰম চাহানীৰ নেতৃত্বত চলে মহানগৰীত চিলনী চোৰৰ তাণ্ডৱ। আৰক্ষীৰ অভিযানত ৭০ টাৰো অধিক চুৰি হোৱা মবাইল জব্দ কৰে।
লগতে পঢ়ক :WATCH | Cattle thieves: বৰক্ষেত্ৰীত গৰু চোৰৰ উপদ্ৰৱ