Mahakumbh Mela: প্ৰয়াগৰাজৰ মহাকুম্ভলৈ গৈ নিখোজ শিলচৰৰ যুৱক

নিউজ ডেস্ক,১১ফেব্ৰুৱাৰী: প্ৰয়াগৰাজৰ মহাকুম্ভলৈ গৈ নিখোজ শিলচৰৰ যুৱক।
সন্ধানহীন যুৱকজন মেহেৰপুৰ কুয়াৰপাৰৰ সুৰজিৎ ৰায়(Mahakumbh Mela)।
জানিব পৰা মতে,৬ ফেব্ৰুৱাৰীত শিলচৰৰ পৰা প্ৰয়াগৰাজলৈ গৈছিল সুৰজিৎ ৰায়।কেইবাজনো বন্ধুৰ সৈতে মহাকুম্ভলৈ গৈছিল সুৰজিৎ ৰায়।৮ ফেব্ৰুৱাৰীত পৰিয়ালৰ সৈতে কথা পাতিছিল সুৰজিৎ ৰায়।যোৱা ৮ ফেব্ৰুৱাৰীত মহাকুম্ভ মেলাত অংশগ্ৰহণ কৰি ত্ৰিবেনী সংগমত স্নান কৰে। কিন্তু গা ধুই উভতি আহোঁতে বিয়লি নিৰুদ্দেশ হয় সুৰজিৎ ।৮ফেব্ৰুৱাৰী আছিল পৰিয়ালৰ লগত শেষ বাৰ্তা(Silchar Youth Embarks on Journey to Mahakumbh in Prayagraj)।
সুৰজিতক বিচাৰিবলৈ মুখ্যমন্ত্ৰীক পৰিয়ালৰ লোকে আহ্বান জনাইছে। কোনোবাই সুৰজিতক বিচাৰি পালে ৭০৮৬৪ ৮৮০৫৪ নম্বৰত যোগাযোগ কৰিবলৈও অনুৰোধ জনায় পৰিয়ালৰ সদস্যই।
লগতে পঢ়ক :Dead Body found in Guwahati: বস্তাৰ ভিতৰত উদ্ধাৰ পুৰুষৰ মৃতদেহ;দুই অভিযুক্তক গ্ৰেপ্তাৰ