WATCH | Silchar News: চিত্ৰহাৰৰ নামত যুৱক-যুৱতীৰ অশ্লীল নৃত্য;যুৱতীৰ অশ্লীল নৃত্যক কেন্দ্ৰ কৰি উত্তেজনা
শিলচৰ,৯মাৰ্চ : শিলচৰৰ গান্ধী মেলাত নৃত্যক লৈ উত্তপ্ত পৰিস্থিতি। চিত্ৰহাৰৰ নামত যুৱক-যুৱতীৰ অশ্লীল নৃত্য। যুৱতীৰ অশ্লীল নৃত্যক কেন্দ্ৰ কৰি উত্তেজনা।
প্ৰায় ১০ দিন ধৰি চলি আছে গান্ধীমেলা। চহৰৰ একাংশ লোকে বিৰোধিতা কৰিছিল মেলাৰ । শিলচৰ পৌৰসভা কৰ্তৃপক্ষই গান্ধীজীক অপমান কৰাৰ অভিযোগ(Silchar News)।
ঘটনাক কেন্দ্ৰ কৰি নিশা গান্ধী মেলাত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ঘটনাস্থলীত মোতায়েন আৰক্ষী আৰু CRPF বাহিনী।
লগতে পঢ়ক : WATCH | Drugs peddler arrested along with drugs: চতিয়াত বৃহৎ পৰিমাণৰ গাঞ্জাসহ দুই সৰবৰাহকাৰীক আটক