Silchar News: কাছাৰৰ চন্দ্ৰনাথপুৰত চলন্ত ৰে’লত অগ্নিকাণ্ড

নিউজ ডেস্ক,১১ফেব্ৰুৱাৰী: কাছাৰৰ চন্দ্ৰনাথপুৰত চলন্ত ৰে’লত অগ্নিকাণ্ড(Silchar News)।
দিল্লী-শিলচৰ সম্পৰ্ককান্তি এক্সপ্ৰেছৰ এটা ডবাত লাগিল জুই।
অগ্নিকাণ্ডৰ পাছতে ৰে’লযাত্ৰীৰ মাজত হাহাকাৰ।
নিশা দিল্লীলৈ যোৱাৰ পথত জুই লাগে ৰে’লখনত।
লগতে পঢ়ক: Dead Body found in Guwahati: বস্তাৰ ভিতৰত উদ্ধাৰ পুৰুষৰ মৃতদেহ