৬ ফেব্ৰুৱাৰীত বিয়া নহয় সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানীৰ…

ডিজিটেল ডেস্কঃ-:সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰি অহা এখন বিবাহ।সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানী ৰাজকীয় বিবাহৰ খবৰে বহুতকে আকৰ্ষণ কৰিছে।এনে সময়তে আহি পৰিছে আহি পৰিছে অন্য এক বিশেষ খবৰ ।৬ ফেব্ৰুৱাৰীত বিয়া অনুষ্ঠিত নহয় সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানীৰ।খবৰ অনুসৰি তেওঁলোকৰ বিবাহ ৬ ফেব্ৰুৱাৰীৰ পৰিৱৰ্তে অনুষ্ঠিত হব ৭ ফেব্ৰুৱাৰীত ।ৰাজস্থানৰ জয়ছলমেৰৰ সূৰ্যগড় প্ৰাসাদত ইতিমধ্যে উপস্থিত হৈছে বহু তাৰকা ।অম্বানী পৰিয়ালৰ পৰা আৰম্ভ কৰি বলীউডৰ বহু তাৰকা কৰণ জোহৰ,শ্বাহিদ কাপুৰ,মীৰা ৰাজপুত,শ্বিনা খানকে ধৰি বহু অভিনেত্ৰী বিবাহস্থলীত উপস্থিত হৈছে।