WATCH | Shukur Ali : গোৱালপাৰাৰ পৰা ৰূপহীহাট আৰক্ষীয়ে লৈ আনিলে শুকুৰ আলীক
নগাঁও,৬মে’ : নগাঁৱৰ ৰূপহীহাট থানালৈ লৈ অনা হল বিতৰ্কিত শুকুৰ আলীক।
গোৱালপাৰাৰ পৰা ৰূপহীহাট আৰক্ষীয়ে লৈ আনিলে শুকুৰ আলীক(Shukur Ali)।
নগাঁৱয চামগুৰিৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ আহি লাচিত বৰফুকন আৰু কামাখ্যা মন্দিৰক লৈ কৰিছিল বিতৰ্কিত মন্তব্য।
শুকুৰ উদ্ভত মন্তব্য দিয়াৰ পিছতেই ৰাজ্যৰ বিভিন্ন আৰক্ষী থানাত শুকুৰৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ ।
আজি শুকুৰ আলীক ৰূপহীহাট আৰক্ষীয়ে হাজিৰ কৰাব আদালত।
লগতে পঢ়ক : WATCH | Sonari News : ৰাজ্য জোকাৰি যোৱা অপহৰণ কাণ্ডৰ নতুন মোৰ