Local, Vocal, Global

WATCH | Shrinkhal Chaliha : শৃংখল চলিহা আৰু ভিক্টৰ দাসৰ যুঁজ

নিউজ ডেস্ক,১জুন : সামাজিক মাধ্যমত যুঁজ শৃংখল চলিহা আৰু ভিক্টৰ দাসৰ । সামাজিক মাধ্যমত ভাইৰেল ভিক্টৰ দাসৰ ভিডিঅ’। বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই আপল’ড কৰিলে ভিডিঅ’।
বন্ধ কোঠালীত যুৱতীক নিৰ্যাতনৰ ভিডিঅ’ আপল’ড বহু বিতৰ্কিত ভিক্টৰ দাসৰ(Shrinkhal Chaliha)।

ইয়াৰ পিছতে শৃংখল চলিহাক সমালোচনা ভিক্টৰ দাসৰ। ভিক্টৰ দাসে শৃংখল চলিহাক পেঞ্চিল আখ্যা দি সাহস থাকিলে অকলে তেওঁৰ কাষলৈ আহিবলৈ প্ৰত্যাহ্বান জনাই।

লগতে পঢ়ক :WATCH | Road Accident : দুখন বাইকৰ মাজত সংঘৰ্ষ;আহত ৪জন