Local, Vocal, Global

WATCH | Shrinkhal Chaliha : ‘আজি গণতন্ত্ৰৰ শেষ স্তৰলৈকে আন্দোলন হ’ব’

যোৰহাট,২৮মে’ : ‘আজি গণতন্ত্ৰৰ শেষ স্তৰলৈকে আন্দোলন হ’ব’

‘আজাদ চৌধুৰীক পুলিচে গ্ৰেপ্তাৰ কৰিব নে বীৰ লাচিত সেনাৰ ল’ৰাই ঘৰৰ পৰা ধৰি আনিব সেইয়া প্ৰশাসনে সিদ্ধান্ত ল’ব’

যোৰহাটত উপস্থিত বীৰ লাচিত সেনা অসমৰ নেতা শৃংখল চলিহা(Shrinkhal Chaliha)

যোৰহাট পৌৰসভাৰ দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদ শৃংখলৰ

আজাদ চৌধুৰীৰ চৰকাৰী ভূমি বেদখলৰ বিৰুদ্ধে প্ৰতিবাদ

লগতে পঢ়ক : WATCH | Sensational incident : মঙলদৈত পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি