Local, Vocal, Global

WATCH | Shrinkhal Chaliha : বাংলাদেশী বিৰুদ্ধে ওলাই আহিল শৃংখল চলিহা

নিউজ ডেস্ক,২৮মে’ : বাংলাদেশী বিৰুদ্ধে ওলাই আহিল শৃংখল চলিহা।

শিৱসাগৰৰ পৰা আৰম্ভ হ’ল গৰ্জন।

বীৰ লাচিত সেনাই বাংলাদেশীৰ বিৰুদ্ধে ল’ব ব্যৱস্থা(Shrinkhal Chaliha)।

আজি যোৰহাটত হ’ব তীব্ৰ প্ৰতিবাদ।

গণতন্ত্ৰৰ অন্তিম স্তৰ পৰ্যন্ত প্ৰতিবাদৰ হুংকাৰ।

লগতে পঢ়ক : WATCH | Assam man Goes Missing In Hyderabad : পুনৰ বহি:ৰাজ্যলৈ কাম কৰিবলৈ গৈ সন্ধানহীন অসমৰ যুৱক