Local, Vocal, Global

WATCH | Shrinkhal Chaliha : আমি আশা ৰাখিছো তনু শ্বাহীক অসম আৰক্ষীয়ে অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবঃ শৃংখল চলিহা

নিউজ ডেস্ক,২৬মে’ : তনু শ্বাহীক কেতিয়া জেললৈ পঠিয়াব বুলি প্ৰতিক্ৰিয়া শৃংখল চলিহাৰ।

নিৰপেক্ষ তদন্ত কৰি দোষীৰ শাস্তি প্ৰদানৰ দাবী শৃংখল চলিহাৰ(Shrinkhal Chaliha)।

আমি আশা ৰাখিছো তনু শ্বাহীক অসম আৰক্ষীয়ে অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবঃ শৃংখল চলিহা

আটছা নেতাক গ্ৰেপ্তাৰৰ পিছতে প্ৰতিক্ৰিয়া বীৰ লাচিত সেনাৰ।

লগতে পঢ়ক : WATCH | Akhil Gogoi : নিৰ্মিয়মাণ পথত চাডেন ভিজিট অখিল গগৈৰ