WATCH | Shrinkhal Chaliha: বীৰ লাচিত সেনাৰ শৃংখল চলিহাক আটক
শিৱসাগৰ,২৩মে’ : বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিব শৃংখল চলিহাক আটক।
শিৱসাগৰ আৰক্ষীয়ে আটক কৰে চলিহাক।
দুলীয়াজান অভিমুখে গৈ থাকোঁতেই ডিমৌত আটক শৃংখল চলিহাক(Shrinkhal Chaliha)।
ডিমৌৰ দিহাজানত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আটক।
শিৱসাগৰ আৰক্ষীয়ে আটক কৰি ডিব্ৰুগড় অভিমুখে লৈ গৈছে শৃংখল চলিহাক।
লগতে পঢ়ক : WATCH | Jorhat News : বালিগাঁও বিদুৎ বিভাগে ধ্বংশ কৰিলে এজন যুৱকৰ জীৱন