Local, Vocal, Global

WATCH | Shrinkhal Chaliha : শৃংখল চলিহাক সকীয়নি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ

নিউজ ডেস্ক,১জুন : ‘দুজনমান বিহাৰী নাপিতক লপাথপা দিলেই জাতীয়তাবাদ নহয়’

শৃংখল চলিহাক সকীয়নি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ

‘সৰু সৰু মানুহ ওপৰত অত্যাচাৰ কৰি,ডাঙৰ ডাঙৰ মানুহক ভয় কৰা’

‘শূন্যত গদা ঘূৰুৱা জাতীয়তাবাদ আমাৰ দৃষ্টিত শিশু জাতীয়তাবাদ ‘

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াৰ বিস্ফোৰণ

‘মুকলিকৈ গুণ্ডা টেক্স ল’ম বুলি কোৱা শৃংখল চলিহা কিয় গ্ৰেপ্তাৰ হোৱা নাই

‘কোনখন আইনত লিখা যে সাধাৰণ মানুহে গুণ্ডা টেক্স ল’ব পাৰে’

‘জাতীয়তাবাদৰ স্বয়ম্ভু অভিভাৱক দেখুৱাই মিঞা খেদিছিল শৃংখল চলিহাই

শৃংখল চলিহাৰ বিৰুদ্ধে সৰৱ কৃষক মুক্তি সংগ্ৰাম সমিতি(Shrinkhal Chaliha)

লগতে পঢ়ক : WATCH | Shrinkhal Chaliha : শৃংখল চলিহা আৰু ভিক্টৰ দাসৰ যুঁজ