WATCH | Shivraj Singh Chauhan : নগাঁৱৰ চামগুৰিত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান
নগাঁও,১৭মে’ : নগাঁৱৰ চামগুৰিত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান।
অসম ভ্ৰমণৰ কাৰ্যসূচীৰ মাজতে চামগুৰিত উপস্থিত হয় মন্ত্ৰীগৰাকী(Shivraj Singh Chauhan)।
উল্লেখ্য যে, মন্ত্ৰীগৰাকী উপস্থিত হৈ NRLM ৰ সদস্যা তথা লাখপতি বাইদেউসকলৰ লগত মত বিনিময় কৰা পৰিলক্ষিত হয়।
লগতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মহিলাসকলক প্ৰদান কৰা স্কুটিৰ সন্দৰ্ভত প্ৰশংসা কৰে মন্ত্ৰীগৰাকীয়ে।
লগতে পঢ়ক : WATCH | Sootea News : চতিয়াত গ্ৰেপ্তাৰ তিনি গৰু চোৰক