WATCH | Sherman Ali Ahmed : ‘বিৰোধী বিধায়কে মুখ মেলিলেই নিলম্বন কৰা হয়’
নিউজ ডেস্ক,২২মাৰ্চ : ‘বিৰোধী বিধায়কে মুখ মেলিলেই নিলম্বন কৰা হয়’
‘কিন্তু ৰূপজ্যোতি কুৰ্মীক উপাধ্যক্ষই নিলম্বন নকৰিলে’
‘ৰূপজ্যোতি কুৰ্মীক এবছৰৰ বাবে বিধানসভাত অংশ ল’ব নোৱাৰোৰ ব্য়ৱস্থা কৰিব লাগিছিল’
ৰূপজ্যোতি কুৰ্মীৰ আচৰণক লৈ মন্তব্য শ্বেৰমান আলীৰ(Sherman Ali Ahmed)
লগতে পঢ়ক : WATCH | Dhemaji News : সদৌ দিহিঙীয়া বংশাৱলী অসমৰ ধেমাজী অভিৱৰ্তন আজি দ্বিতীয় দিনা