Local, Vocal, Global

Seven killed in coal mine blast in Bengal :পশ্চিমবংগৰ বীৰভূমৰ কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ;নিহত ৭জন,আহত বহু শ্ৰমিক

নেশ্য়নেল ডেস্ক,৭অক্টোবৰ : পশ্চিমবংগৰ বীৰভূমৰ কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ। গংগাৰামচ’ক মাইনিং প্ৰাঃ লিঃ নামৰ এটা প্ৰতিষ্ঠানত সংঘটিত হয় এই বিস্ফোৰণৰ ঘটনাটো।

বিস্ফোৰণত ফলত ৭জনকৈ শ্ৰমিকৰ কৰুণ মৃত্যু। গুৰুতৰভাৱে আহত আন বহু শ্ৰমিক(Seven killed in coal mine blast in Bengal)।

আহত শ্ৰমিকসকলক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।ঘটনাস্থলীত উদ্ধাৰকাৰী দলে বৰ্তমানেও চলাই আছে অভিযান।

এতিয়াও জানিব পৰা হোৱা নাই বিস্ফোৰণৰ কাৰণ।

লগতে পঢ়ক :Maldivian President Muizzu Arrives In India For Crucial State Visit : ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আদৰণি মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজজুক