Local, Vocal, Global

Sensational Murder In Digboi Sends Shockwaves Across Town : ডিগবৈত লোমহৰ্ষ হত্যাকাণ্ড; লোৰ ৰডেৰে মৰিয়াই মৰিয়াই হত্যা মহিলাক

নিউজ ডেস্ক, ২০ ফেব্ৰুৱাৰী : হিংসা , হত্যা, ধৰ্ষণেৰে গ্ৰাস কৰিছে সমাজক। প্ৰতিদিনেই এনে খবৰেৰে ভৰি থাকে সংবাদ মাধ্যম । কোনোবা খিনিত অনুভৱ হয় দেশৰ ন্যায় ব্যৱস্থাৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰিছে নেকি একাংশ অপৰাধীয়ে । যাৰ বাবে সমাজত বৃদ্ধি পাইছে অপৰাধ প্ৰৱণতা(Sensational Incident)।

কিছুমান নিকৃষ্ট মানসিকতাৰ লোকে নিজৰ আপোনজনকো হত্যা কৰিবলৈ কুণ্ঠাবোধ নকৰে। এইবাৰ ডিগবৈত সংঘটিত হৈছে আন এক হত্যাকাণ্ডৰ ঘটনা(Sootea Husband Kills Wife)।

ৰাজ্যত পুনত হত্যাকাণ্ড। হত্যা, হিংসাই এক অস্থিৰ পৰিৱেশৰ সূচনা কৰা ৰাজ্যত পুনৰ সংঘটিত হ’ল আন এক জঘণ্য হত্যাকাণ্ড।

ডিগবৈত লোমহৰ্ষ হত্যাকাণ্ড। এইবাৰ নিজ ভগ্নী হত্যা কৰিলে বায়েকে(Sensational Murder In Digboi Sends Shockwaves Across Town) ।লোৰ ৰডেৰে মৰিয়াই মৰিয়াই হত্যা মহিলাক। মৃত মহিলাগৰাকীৰ নাম দীপমালা টুডু।

জানিব পৰা মতে, সোমবাৰে নিশা সংঘটিত হৈছে এই ঘটনাটো । সোমবাৰে নিশা প্ৰায় ১০:৩০ বজাত নিজৰে বৰজনা মুনীন টুডু আৰু বায়েক চুমি টুডুয়ে লোহাৰ ৰ’ডে মৰিয়াই হত্যা কৰিলে ভগ্নীক।

বৰ্তমানলৈ জানিব পৰা হোৱা নাই এই ঘটনাটো কিয় সংঘটিত কৰিলে । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অন্তত হে পোহৰলৈ আহিব প্ৰকৃত ঘটনা কাৰণ(Sensational Murder In Digboi Sends Shockwaves Across Town)।

লগতে পঢ়ক : Several accused of looting money in Bajrang Dal’s name : বজৰং দলৰ নামত ধন লুট কৰাৰ অভিযোগ একাংশ লোকৰ বিৰুদ্ধে