Sensational incident:নগাঁৱৰ ম’হখুলি মেডিকেল কলেজৰ সমীপত এম্বুলেন্স চালকৰ দলবদ্ধ আক্ৰমণ
নগাঁও,২ডিচেম্বৰ : নগাঁৱৰ ম’হখুলি মেডিকেল কলেজৰ সমীপত ভয়ংকৰ ঘটনা!
নগাঁৱৰ ম’হখুলি মেডিকেল কলেজৰ সমীপত এম্বুলেন্স চালকৰ দলবদ্ধ আক্ৰ*মণ। এম্বুলেন্স চালকৰ দলবদ্ধ আক্ৰমণত জীৱন-মৃত্যুৰে যুজিছে এজন যুৱকে!
নিশা ঔষধ ক্ৰয় কৰিবলৈ আহোতে ৰজত আলী নামৰ যুৱকজনক আক্ৰমণ কৰাৰ অভিযোগ। সম্পতি আদিত্য নাৰ্চিংহোমত চিকিৎসাধীন গুৰুত্বভাৱে আঘাতপ্ৰাপ্ত ৰজত আলী(Sensational incident)!
ব্যক্তিগত এম্বুলেন্স চালক বাবুল আলী,হাচান আলী,চৰিফুল হক,জহিৰুল ইছলামৰ বিৰুদ্ধে ইটাচালি আৰক্ষী চকীত এজাহাৰ দাখিল ভুক্তভোগীৰ পৰিয়ালৰ!
নিশা ঔষধ ক্ৰয় কৰিবলৈ আহোতে ৰজত আলী আৰু আক্ৰামূলক আক্ৰমণ কৰাৰ অভিযোগ ৰজত আলীৰ পিতৃৰ!
লগতে পঢ়ক :Complaint against controlar goods seller:বিলাসীপাৰাত সুলভ মূল্যৰ চাউল বিতৰণৰ নামত ব্যাপক অনিয়ম