Local, Vocal, Global

Sensational incident:বিদ্যালয়ৰ শৌচাগাৰ টেংকিৰ শ্লেপ ভাঙি আহত ছাত্ৰ

দেৰগাঁও,১জানুৱাৰী : বিদ্যালয়ৰ শৌচাগাৰ টেংকিৰ শ্লেপ ভাঙি আহত এজন ছাত্ৰ ।

বিদ্যালয় কৰ্তৃপক্ষৰ গাফিলতিৰ বাবেই ছাত্ৰৰ ডিঙিৰে সোমাই মুৰেদি ওলাই গ’ল লোহাৰ ৰডৰ টুকুৰা ।

বিদ্যালয়ৰ শৌচাগাৰ টেংকিৰ শ্লেপ ভাঙি দুঘটনাত পতিত জ্ঞানদীপ দাস নামৰ ছাত্রজন(Sensational incident)।

কুৰুৱাবাহি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীত অধ্যয়নৰত আছিল ছাত্ৰজন ।

২০১০চনতে নিৰ্মাণ কৰা বিদ্যালয়ৰ শৌচাগাৰ টেংকিৰ শ্লেপ ভাঙি আহত ছাত্ৰজন।

ঘটনা সন্দৰ্ভত শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ কৰি উচিত তদন্তৰ দাবী জনাইছে সদৌ অসম অনুসূচীত জাতি ছাত্র সন্থাৰ গোলাঘাট জিলাৰ সভাপতি শ্ৰীযুত পনৱ-প্ৰতিম দাসে।

লগতে পঢ়ক :Teok News:আজি পহিলা জানুৱাৰী;বছৰৰ প্ৰথমটোত ঐতিহাসিক ঢেকীয়াখোৱাত ভকত বৈষ্ণৱৰ ভিৰ