Local, Vocal, Global

Sensational incident : জাগীৰোডত ৰে’লৰ খুন্দাত নিহত পদপথৰ ব্যৱসায়ী

জাগীৰোড,১৬ডিচেম্বৰ: জাগীৰোডত অঘটন।জাগীৰোডত নিশা ৰে’লৰ খুন্দাত নিহত হয় এজন পদপথৰ ব্যৱসায়ী ।নিহত পদপথৰ পাচলি বিক্ৰেতাজন ৬৫বছৰীয়া বৰ্ধমান বিশ্বাস ।
নিহত বিশ্বাসৰ ঘৰ মহানগৰীৰ ক্ষেত্ৰীত বুলি জানিব পৰা গৈছে(Sensational incident)।

নিশা ৰে’ল লাইন অতিক্ৰম কৰাৰ সময়তে উজনিমুৱা নিউ তিনিচুকীয়া এক্সপ্ৰেছৰ খুন্দাত নিহত হয় লোকজন ।15934 উজনিমুৱা নিউ তিনিচুকীয়া এক্সপ্ৰেছৰ খুন্দাত নিহত হয় লোকজন।

জাগীৰোডৰ ৰে’লৱে উৰণ সেতুৰ তলত সংঘটিত হয় এই শোকাৱহ ঘটনাটো। ঘটনাস্থলীত ৰে’লৱে আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে।

লগতে পঢ়ক :Drugs peddler arrested along with drugs: ই-ৰিক্সাত জব্দ নিচাজাতীয় দ্ৰব্য;গ্ৰেপ্তাৰ সৰবৰাহকাৰী