Sensational incident:গোলাঘাট মক্ৰং চাহ বাগিছাত শ্ৰমিক ইদ মহম্মদ হুছেইন কৰুণ মৃত্যু
দেৰগাঁও,১৪ডিচেম্বৰ : গোলাঘাট মক্ৰং চাহ বাগিছাত শ্ৰমিক ইদ মহম্মদ হুছেইন কৰুণ মৃত্যু ৷
মক্ৰং চাহ বাগিছা মেনেজাৰ অভিজিত শইকীয়াৰ বিৰুদ্ধে গুৰুত্ব অভিযোগ ৷
জানিব পৰা মতে, বাগিচাৰ মেনেজাৰ অভিজিত শইকীয়াই শ্ৰমিক কোনোধৰণৰ চেপ্টি বেল নিদিয়াকে কল ঘৰৰ টিন ওপৰত চাফাই কৰিবলৈ উঠাই দিছিল ৷
মক্ৰং চাহ বাগিচাৰ শ্ৰমিক ইদ মহম্মদ হুছেইনৰ কাম কৰাৰ কথা কোনোৱে মুখ খোলা নাই(Sensational incident) ৷
চাহ বাগিচাৰ শ্ৰমিকৰ মৃত্যু খবৰ পায় চাহ শ্ৰমিক নেতাৰ দল গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয় উপস্থিত হয় ।আনফালে মক্ৰং বাগিচাৰ মেনেজাৰ অভিজিত শইকীয়া নেতৃত্বত থকা মহৰি মিন্টু দাসে মৃতক লৈ কোনোধৰণৰ মতামত দিয়াৰ বিপৰীতে পলাইন কৰে ৷
আনাফালে মক্ৰং বাগিচাৰ কৰ্তৃপক্ষ যি AMBULANCE ব্যৱহাৰ কৰি আহিছে চাহ শ্ৰমিকৰ বাবে সেই AMBULANCE নাই কোনোধৰণৰ নাই Registration ,fitness ,Tax .pucc সকলো মিয়াদ উকলিল যোৱা।
লগতে পঢ়ক:Paddy harvesting in Golaghat:আঘোণৰ পথাৰত সোণগুটি বোটলাত ব্যস্ত অসমীয়া চহা লোক