Sensational incident:মাটি ভৰ্তি ট্ৰেক্টৰৰ খুন্দাত ১২ বছৰীয়া শিশুৰ মৃত্যু

নিউজ ডেস্ক,১৪ডিচেম্বৰ : বাঘবৰৰ সত্ৰকণৰা বজাৰত শোকাৱহ ঘটনা।
মাটিভৰ্তি ট্ৰেক্টৰৰ খুন্দাত ১২ বছৰীয়া শিশুৰ মৃত্যু(Sensational incident)।
মৃত শিশুটি ১নং চাছৰা গাঁৱৰ ফৰহাদ আলী।
চাইকেলেৰে বজাৰলৈ গাখীৰৰ বিক্ৰী কৰিবলৈ গৈছিল শিশুটি।
বজাৰলৈ গৈ থাকোতেই ট্ৰেক্টৰে মহটিয়াই নিয়ে শিশুটিক।
ঘটনাস্থলীত উপস্থিত বাঘবৰ আৰু মন্দিয়া আৰক্ষী।
লগতে পঢ়ক:Family Ostracized in Mushalpur:কৃষ্ণগুৰু ধৰ্ম গ্ৰহণ কৰাৰ বাবে এঘৰীয়া এটি পৰিয়াল