Sensational incident:ৰাষ্ট্ৰীয় ঘাইপথৰ বৈদ্যুতিক তাৰত লাগি মৃত্যু ট্ৰাক চালকৰ
কলিয়াবৰ,৯ডিচেম্বৰ : কলিয়াবৰ বৰুৱাচুক ৭১৫নং ৰাষ্ট্ৰীয় ঘাইপথত শোকাৱহ দূৰ্ঘটনা ।
৭১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ বৈদ্যুতিক তাৰত লাগি মৃত্যু ট্ৰাক চালকৰ(Sensational incident)।
বৰ্তমানলৈকে জানিব পৰা হোৱা নাই মৃত ট্ৰাক চালকজনৰ পৰিচয়
দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখনৰ নম্বৰ HR -38 W-9334।
এই ঘটনা পোহৰলৈ অহাৰ লগে লগে ঘটনাস্থলীত কলিয়াবৰ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে।
লগতে পঢ়ক :2 Delhi Schools Receive Bomb Threat:দিল্লীৰ দুখনকৈ বিদ্যালয়ত বোমাতংক