Sensational incident: বজালীৰ পাঠশালাত অধিবক্তাৰ আত্মহত্যা
বজালী,২০নৱেম্বৰ : বজালীৰ পাঠশালাত অধিবক্তাৰ আত্মহত্যা।
মনালিছা চৌধুৰী (২৮)নামৰ অধিবক্তাৰ আত্মহত্যা।
পৰিয়াল কেন্দ্ৰিক সংঘাতৰ বাবে আত্মহত্যাৰ দৰে পথ বাচি লয় অধিবক্তা গৰাকীয়ে(Sensational incident)।
স্বামীয়ে আতিশয্য চলোৱাৰ অভিযোগ মনালিছা চৌধুৰীৰ মাতৃৰ ।
দীৰ্ঘদিন ধৰি স্বামী অংকুৰ চৌধুৰীয়ে টকা পইচা বিচাৰি মাৰ ধৰ কৰিছিল পত্নী মনালিছাক ।
মাৰ-ধৰ কৰাৰ কথা প্ৰায়ে ফোন যোগে অৱগত কৰিছিল নিজ মাতৃক।
ইতিমধ্যে ঘটনা সন্দৰ্ভত উপস্থিত হৈ প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে পাঠশালা আৰক্ষী।
লগতে পঢ়ক :Price hike protests in Hatsingimari: দক্ষিণ শালমাৰা মানকাচৰ জিলা ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী