Sensational incident : ছমহলীয়া অট্টালিকাৰ পৰা জাঁপ দিলে মহিলাই

নিউজ ডেস্ক,২৩অক্টোবৰ : গুৱাহাটীৰ কালাপাহাৰত চাঞ্চল্যকৰ ঘটনা।
ছমহলীয়া অট্টালিকাৰ পৰা জাঁপ দিলে এগৰাকী মহিলাই।
কালাপাহাৰৰ পোহৰ গেষ্ট হাউছত এই ঘটনা(Sensational incident)।
জানিব পৰা মতে,স্বামীৰ চিকিংসাৰ বাবে গুৱাহাটীলৈ আহিছিল মহিলাগৰাকী
মহিলাগৰাকীৰ ঘৰ অৰুণাতনৰ টাৱাঙত।
লগতে পঢ়ক :Khageshwari Shaikia Passes Away: খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াৰ মাতৃৰ দেহাৱসান