Local, Vocal, Global

Sensational incident : নামনিমুৱা মালবাহী ৰে’লৰ চেপাত নিহত যুৱক

কামপুৰ,১৭অক্টোবৰ : কাতি বিহুৰ দিনাই ৰহাৰ থেকেৰাগুৰি ৰে’ল ষ্টেচনত অঘটন।

নামনিমুৱা মালবাহী ৰে’লৰ চেপাত নিহত যুৱক।

নিহত যুৱকজন ৰহাৰ আমনিশালীৰ ৰতন ডেকা(৩২) বুলি চিনাক্ত(Sensational incident)।

চাপৰমুখ ৰে’ল আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

লগতে পঢ়ক :Kati bihu: ‘তুলসীৰ তলে তলে মৃগ পহু চৰে, তাকে দেখি ৰামচন্দ্ৰই হৰ ধনু ধৰে’আজি অসমীয়াৰ বাপতি-সাহোন কাতি বিহু