Local, Vocal, Global

Sensational incident : শিৱসাগৰত ৫২ বছৰীয়া ব্যক্তিৰ অপকৰ্ম বলি হ’ল ১১ বছৰীয়া নাবালিকা

নিউজ ডেস্ক,২৮ছেপ্তেম্বৰ : শিৱসাগত মানৱ সমাজত লজ্জনত কৰা ঘটনা | ৫২ বছৰীয়া এজন ব্যক্তিৰ অপকৰ্ম বলি হ’ল এগৰাকী ১১ বছৰীয়া নাবালিকা ।

শিৱসাগৰ জয়সাগৰত সংঘটিত এই ঘটনাটো(Sensational incident)।

ৰাজেন্দ্ৰ ঠাকুৰ আৰু গজেন্দ্ৰৰাজ আৰু বিপীন কুমাৰ নামৰ তিনিজন ব্যক্তিৰ বিৰুদ্ধে এই অভিযোগ।

জানিব পৰা মতে, এই অভিযোগৰ পিছতে লম্পট ৰাজেন্দ্ৰ ঠাকুৰ আৰু গজেন্দ্ৰৰাজক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।বৰ্তমান পলাতক অৱস্থাত বিপীন কুমাৰ নামৰ ব্যক্তিজন ।

স্থানীয় লোকে অভিযুক্ত কেইজনক কৰায়ত্ত কৰি চমজাই দিয়ে আৰক্ষীক।

যৌন নিৰ্যাতন চলোৱাৰ কথা স্বীকাৰ ৰাজেন্দ্ৰ ঠাকুৰৰ নামৰ লম্পদটোৱে। ৰাজেন্দ্ৰ ঠাকুৰৰ আৰু গজেন্দ্ৰৰাজক শিৱসাগৰ সদৰ আৰক্ষীৰ বৰ্তমান আৰক্ষী জালত।

লগতে পঢ়ক :Assam ADRE Exam 2024: ADRE পৰীক্ষাৰ্থীৰ সুবিধাৰ্থে চলিব ৬খন বিশেষ ৰে’ল