Sensational incident : ৰে’লৰ পৰা পৰি ৰহস্যজনক ভাৱে যুৱকৰ মৃত্যু

নিউজ ডেস্ক,২৬ছেপ্তেম্বৰ : ৰে’লত অঘটন । ৰে’লৰ পৰা পৰি ৰহস্যজনক ভাৱে যুৱকৰ মৃত্যু। মৃত যুৱকজন জুৰীয়াৰ পশ্চিম মুকুন্দআটীৰ হাকিমুল হক বুলি জানিব পৰা গৈছে ।
জানিব পৰা মতে, কেৰালাত এটা ফেক্টৰীত কৰ্মৰত আছিল যুৱকজন। কোনোবাই ষড়যন্ত্ৰ কৰি যুৱকজনক হত্যা কৰাৰ সন্দেহ পৰিয়ালৰ লোকৰ(Sensational incident)।
লগতে পঢ়ক :Assam government employees: ৰাজ্যৰ লাখ লাখ কৰ্মচাৰীৰ বাবে সুখবৰ