Local, Vocal, Global

Sensational incident : যোৰহাটৰ দহোটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত একাদশ শ্ৰেণীৰ ছাত্ৰক চোকা অস্ত্ৰৰে আক্ৰমণ

নিউজ ডেস্ক,২৫ছেপ্তেম্বৰ : যোৰহাটৰ দহোটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ভয়ংকৰ ঘটনা। একাদশ শ্ৰেণীৰ ছাত্ৰক চোকা অস্ত্ৰৰে আক্ৰমণ । দেৱজিৎ বণিয়াক নামৰ ছাত্ৰজনক আক্ৰমণ ।

বিদ্যালয়ৰ ভিতৰতে দেৱজিৎ বণিয়াক আক্ৰমণ কৰে একাংশ ছাত্ৰই। আক্ৰমণত গুৰুতৰভাৱে আহত দেৱজিৎ বণিয়া(Sensational incident)।

আহত দেৱজিৎ বণিয়াক স্থানীয় চিকিৎসালয়ত ভৰ্তি। ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে বিজয় হাজৰিকা নামৰ এজন ছাত্ৰক।

লগতে পঢ়ক :Minor girl sexually assaulted : নাবালিকা যৌন নিৰ্যাতনৰ চেষ্টা ৫৫বছৰ বয়সীয়াল ব্যক্তিৰ