Local, Vocal, Global

Sensational incident : কালভাৰ্টৰ কাষত মুমূৰ্ষু অৱস্থাত উদ্ধাৰ মহিলা

নিউজ ডেস্ক,২১ছেপ্তেম্বৰ : কালভাৰ্টৰ কাষত মুমূৰ্ষু অৱস্থাত উদ্ধাৰ মহিলা(Sensational incident)।

দেৰগাঁৱৰ দিচৈ চাৰিআলিত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা । চাৰিআলিৰ বাউৰিচুকৰ এটা কালভাৰ্টৰ কাষত মুমূৰ্ষু অৱস্থাত উদ্ধাৰ এগৰাকী মহিলা । পথৰ পৰা তলত অৰ্ধচেতন অৱস্থাত উদ্ধাৰ হয় মহিলাগৰাকী ।উদ্ধাৰ হোৱা মহিলা গৰাকীক ধেমাজিৰ হাস্পতালৈ প্ৰেৰণ কৰা হয় । ঘৰৰ পৰা প্ৰায় এক কিলেমিটাৰ দূৰৈত উদ্ধাৰ হয় মহিলাগৰাকী । বহু সময় ধৰি ঘৰৰ পৰা সন্ধানহীন হৈ আছিল মহলিগাৰকী।

লগতে পঢ়ক : Bus falls into gorge in J-K’s Budgam: দ’ খাৱৈত বাগৰি পৰিল BSFৰ জোৱান কঢ়িয়াই নিয়া বাছ;নিহত ৩জন,আহত ৬ জন